Assassin [Assamese translation]
Songs
2026-01-10 15:44:36
Assassin [Assamese translation]
যুদ্ধ মুলতবি আছে
তোমাৰ নায়ক জনক গুলিয়াই
মাৰিবলৈ টোমাৰ সময় আহি গল
অন্তর্ভূক্ত বাহিনীক যোগ দিয়া
নিয়ন্ত্ৰণ হেৰাই দিয়া
গতি বৃদ্ধি কৰি
ওয়ার্ড আৰু বিচক্ষণ হৈ
মুচি দিয়াৰ সময়
সিহঁতে জিও কক
তোমাৰ মানুহবোৰক চিঙি দিছে
বনৰিয় আৰু নির্মম
গুপ্তঘাতকৰ জন্ম হৈছে, অ...
বিৰোধিতা আৰু অসম্মত কৰা
দেমনোক্ৰেচি ধ্বংস কৰা
নিয়ন্ত্ৰণ হেৰাই দিয়া
গতি বৃদ্ধি কৰি
ওয়ার্ড আৰু বিচক্ষণ হৈ
মুচি দিয়াৰ সময়
সিহঁতে জিও কক
তোমাৰ মানুহবোৰক চিঙি দিছে
বনৰিয় আৰু নির্মম
গুপ্তঘাতকৰ জন্ম হৈছে, অ...যোৱা!
- Artist:Muse
- Album:Black Holes And Revelations